Tag: সুস্বাস্থ্য

অন্ত্ৰৰ অনুজীৱবোৰে (gut microbiome) কিদৰে আমাৰ সুস্বাস্থ্য নিৰ্ধাৰণ কৰেঅন্ত্ৰৰ অনুজীৱবোৰে (gut microbiome) কিদৰে আমাৰ সুস্বাস্থ্য নিৰ্ধাৰণ কৰে

অন্ত্ৰৰ অনুজীৱবোৰ ঠিক কৰি কিদৰে আমাৰ স্বাস্থ্যক এক নতুন মাত্ৰা দিব পাৰোঁ তাৰেই এক আৰ্হি প্ৰদান কৰা এই লিখনিটোৰ মূল উদ্দেশ্য।[...]

READ MOREREAD MORE

শৰীৰৰ বিপদজনক মেটাবলিক চিনদ্ৰম কিদৰে প্ৰতিহত কৰিব?শৰীৰৰ বিপদজনক মেটাবলিক চিনদ্ৰম কিদৰে প্ৰতিহত কৰিব?

বৰ্তমান সময়ত জীৱন প্ৰণালীগত ৰোগ যেনে উচ্চৰক্তচাপ, ডায়েবেটিছ, স্থূলতা আদি ভয়াৱহ ভাৱে বাঢ়ি গৈছে। মেটাবলিক চিনদ্ৰম হৈছে এনেকুৱা এক অৱস্থা যত এই ৰোগ সমূহৰ সম্ভাৱনা বাঢ়ি যায়। তাৰেই এক আভাস দিবলৈ যত্ন কৰা হৈছে।[...]

READ MOREREAD MORE

ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাবফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাব

    (এই অধ্যায়টো আগৰ অধ্যায় ” ফিটনেছ কি দৰে গঢ় দিব” ৰ পৰবৰ্তী লিখনি। আগ্ৰহী পাঠকসকলে আগৰ অধ্যায়টো চাব পাৰে।)           নিজকে ফিট অনুভৱ কৰাৰ দৰে আত্মবিশ্বাস দিব পৰা অনুভৱ দ্বিতীয়টো নাই বুলিব পাৰি। নিয়মিত[...]

READ MOREREAD MORE