Category: Motivation and productivity

কঠিন সময়ক প্ৰত্যাহ্বান কিদৰে জনাবকঠিন সময়ক প্ৰত্যাহ্বান কিদৰে জনাব

বৰ্তমান সময়ত ভৱিষ্যতকলৈ যথেষ্ট ভয়, অনিশ্চিয়তা আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে। আৰু ই স্বাভাৱিকো। শেহতীয়া অৰ্থনৈতিক মন্দাই আমাক কাহিল কৰি তুলিছে। মুদ্ৰাস্ফীতি অবাধ হাৰত বাঢ়িছে, লগে লগে বয়-বস্তুৰ দামো আকাশলংঘী হৈছে। এই কঠিন সময়ত বেছিভাগ মানুহে[...]

READ MOREREAD MORE

কৰ্মকুশলতা বৃদ্ধি কৰিব নোৱাৰাৰ ৫ টা কাৰণকৰ্মকুশলতা বৃদ্ধি কৰিব নোৱাৰাৰ ৫ টা কাৰণ

জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ কৰ্মকুশলতা বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ কৌশলটো শিকি নললে প্ৰতিটো ক্ষেত্ৰতে আমি পিছুৱাই যাবলৈ আমি বাধ্য হওঁ‌। আমাৰ মাজত ই এক অনামী অপৰাধবোধৰ জন্ম[...]

READ MOREREAD MORE

চিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওকচিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওক

       সাধাৰণতে দেখা যায় আমি ভাবি থকা কামবোৰ সময়মতে হৈ নুঠে। কোনো গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰিব খুজিও অন্য কিছুমান অগুৰুত্বপূৰ্ণ কিন্তু স্বাদযুক্ত কামত নিমগ্ন হৈ যাও। যেনে ধৰক আপুনি গুগ্গ’লত কোনো গুৰুত্বপূৰ্ণ তথ্য বিচাৰিব লৈছে,[...]

READ MOREREAD MORE