সংগীত মানুহৰ এক মৌলিক প্ৰয়োজনৰ অন্যতম। আদিম সভ্যতাৰ পৰা একেবাৰে আধুনিক সময়লৈকে সংগীত বিভিন্ন ধৰণে প্ৰচলিত আৰু সমাদৃত। সেয়ে আমি গান গাও, সুহুৰি বজাও, বিভিন্ন সুৰ সৃষ্টি কৰো আৰু সংগীতৰ লহৰত নাচি-বাগি আপোন পাহৰা হওঁ।[...]

কৰ্মকুশলতা বৃদ্ধি কৰিব নোৱাৰাৰ ৫ টা কাৰণকৰ্মকুশলতা বৃদ্ধি কৰিব নোৱাৰাৰ ৫ টা কাৰণ
জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ কৰ্মকুশলতা বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ কৌশলটো শিকি নললে প্ৰতিটো ক্ষেত্ৰতে আমি পিছুৱাই যাবলৈ আমি বাধ্য হওঁ। আমাৰ মাজত ই এক অনামী অপৰাধবোধৰ জন্ম[...]

উদ্বিগ্নতাৰ বিভিন্ন ৰূপ আৰু নিৰাময়ৰ উপায়উদ্বিগ্নতাৰ বিভিন্ন ৰূপ আৰু নিৰাময়ৰ উপায়
কেতিয়াবা আপোনাৰ লগতো এনেকুৱা হব পাৰে যে আপুনি কোনো বেয়া সপোন দেখা পাই ঘপকৈ সাৰ পাই উঠি দেখা পাই যে আপোনাৰ সৰ্বশৰীৰ ঘামি গৈছে। এয়া কোনো বিশেষ অস্বাভাৱিক ঘটনা নহয়। কিন্তু যদি প্ৰায় প্ৰতিদিনে এনেকুৱা[...]

টোপনি আমাক কিয় লাগে আৰু টোপনি ক্ষতি কৰিলে কি হব পাৰেটোপনি আমাক কিয় লাগে আৰু টোপনি ক্ষতি কৰিলে কি হব পাৰে
টোপনি আমাৰ প্ৰত্যেকৰে বাবে অপৰিহাৰ্য। কব পাৰি যে মানুহে জীৱনৰ প্ৰায় ৩০% সময় শুই পাৰ কৰে। হিচাপ কৰিলে এই সময় কাল এজন মানুহৰ জীৱনৰ প্ৰায় ২২ বছৰ হব। ইয়াৰ পৰা টোপনি আমাৰ বাবে কিমান দৰকাৰী[...]

ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁতৰাবফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁতৰাব
(এই অধ্যায়টো আগৰ অধ্যায় ” ফিটনেছ কি দৰে গঢ় দিব” ৰ পৰবৰ্তী লিখনি। আগ্ৰহী পাঠকসকলে আগৰ অধ্যায়টো চাব পাৰে।) নিজকে ফিট অনুভৱ কৰাৰ দৰে আত্মবিশ্বাস দিব পৰা অনুভৱ দ্বিতীয়টো নাই বুলিব পাৰি। নিয়মিত[...]

চিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওকচিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওক
সাধাৰণতে দেখা যায় আমি ভাবি থকা কামবোৰ সময়মতে হৈ নুঠে। কোনো গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰিব খুজিও অন্য কিছুমান অগুৰুত্বপূৰ্ণ কিন্তু স্বাদযুক্ত কামত নিমগ্ন হৈ যাও। যেনে ধৰক আপুনি গুগ্গ’লত কোনো গুৰুত্বপূৰ্ণ তথ্য বিচাৰিব লৈছে,[...]

এটি সুন্দৰ টোপনি বিচাৰে যদি ধ্যান দিয়ক এই চাৰিবিধ কথাএটি সুন্দৰ টোপনি বিচাৰে যদি ধ্যান দিয়ক এই চাৰিবিধ কথা
এটি সুন্দৰ টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু নতুনকৈ কব লগীয়া নাই। অনিদ্ৰা বা নিদ্ৰাজনিত সমস্যাই আমাৰ বহুতোকে অৰ্থৱহ এক সুস্বাস্থ্যবান জীৱন নিৰ্বাহত বাধা প্ৰদান কৰি আহিছে। নিদ্ৰাৰ যথাযথ স্বাস্থ্যবিধি আৰু অভ্যাস গঢ় দিয়াৰ পিছতো যেতিয়া এক[...]

শাৰীৰিক সক্ষমতা সফলতাৰ প্ৰথম খোজ (আহকচোন ফিটনেছৰ বিষয়ে অক’মান জানোঁ)শাৰীৰিক সক্ষমতা সফলতাৰ প্ৰথম খোজ (আহকচোন ফিটনেছৰ বিষয়ে অক’মান জানোঁ)
ফিটনেছ বুলিলে শাৰীৰিক সক্ষমতাৰ লগতে মানসিক আৰু আৱেগিক সক্ষমতাকো বুজা যায়। ই স্বাস্থ্যৰ প্ৰতিটো দিশ সামৰে য’ত ব্যক্তি এক সুস্থিৰ আৰু প্ৰাণৱন্ত জীৱন নিৰ্বাহ কৰে, উৎসাহ আৰু যোগাত্মক দৃষ্টিভংগীৰে জীৱনৰ খলা-বমাবোৰৰ সন্মুখীন হোৱাৰ সাহস[...]

আমাৰ আৱেগ-অনুভূতি সমূহ বুজি পালেহে জীৱনটোক বুজি পোৱা সহজ হবআমাৰ আৱেগ-অনুভূতি সমূহ বুজি পালেহে জীৱনটোক বুজি পোৱা সহজ হব
আৱেগ-অনুভূতিবোৰ আমাৰ সম্পূৰ্ণ নিজা সম্ভাৰ। আৱেগ অনুভূতিয়ে মানুহক চিৰ নতুন, প্ৰাণচঞ্চল আৰু সৃষ্টিকামী কৰি ধৰি ৰাখিছে। জীৱ-জন্তুৰ মাজতো আৱেগ অনুভূতি আছে কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে। কিন্তু বহু সময়ত দেখা যায় মানুহৰ চিৰ[...]

মাইণ্ডফুলনেছ কিদৰে গঢ় দিব (How to develop mindfulness)মাইণ্ডফুলনেছ কিদৰে গঢ় দিব (How to develop mindfulness)
‘মাইণ্ডফুলনেছ’, সহজ অৰ্থত মনযোগ-সহকাৰে। আমাৰ বহুতৰে বাবে ই এক নতুন শব্দ যদিও বিষয় বস্তুৰ অভিনৱত্বই ইয়াক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেনেহ’লে কি এই মাইণ্ডফুলনেছ! ইয়াৰ ব্যৱহাৰিক দিশ সমূহ কেনেধৰণৰ! আমাৰ জীৱনত ‘মাইণ্ডফুলনেছ’ পালনৰ ফলত[...]