অন্ত্ৰৰ অনুজীৱবোৰ ঠিক কৰি কিদৰে আমাৰ স্বাস্থ্যক এক নতুন মাত্ৰা দিব পাৰোঁ তাৰেই এক আৰ্হি প্ৰদান কৰা এই লিখনিটোৰ মূল উদ্দেশ্য।[...]
শৰীৰৰ বিপদজনক মেটাবলিক চিনদ্ৰম কিদৰে প্ৰতিহত কৰিব?শৰীৰৰ বিপদজনক মেটাবলিক চিনদ্ৰম কিদৰে প্ৰতিহত কৰিব?
বৰ্তমান সময়ত জীৱন প্ৰণালীগত ৰোগ যেনে উচ্চৰক্তচাপ, ডায়েবেটিছ, স্থূলতা আদি ভয়াৱহ ভাৱে বাঢ়ি গৈছে। মেটাবলিক চিনদ্ৰম হৈছে এনেকুৱা এক অৱস্থা যত এই ৰোগ সমূহৰ সম্ভাৱনা বাঢ়ি যায়। তাৰেই এক আভাস দিবলৈ যত্ন কৰা হৈছে।[...]
কঠিন সময়ক প্ৰত্যাহ্বান কিদৰে জনাবকঠিন সময়ক প্ৰত্যাহ্বান কিদৰে জনাব
বৰ্তমান সময়ত ভৱিষ্যতকলৈ যথেষ্ট ভয়, অনিশ্চিয়তা আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে। আৰু ই স্বাভাৱিকো। শেহতীয়া অৰ্থনৈতিক মন্দাই আমাক কাহিল কৰি তুলিছে। মুদ্ৰাস্ফীতি অবাধ হাৰত বাঢ়িছে, লগে লগে বয়-বস্তুৰ দামো আকাশলংঘী হৈছে। এই কঠিন সময়ত বেছিভাগ মানুহে[...]
ৰোগ নিৰাময়ত মিউজিক থেৰাপিৰোগ নিৰাময়ত মিউজিক থেৰাপি
সংগীত মানুহৰ এক মৌলিক প্ৰয়োজনৰ অন্যতম। আদিম সভ্যতাৰ পৰা একেবাৰে আধুনিক সময়লৈকে সংগীত বিভিন্ন ধৰণে প্ৰচলিত আৰু সমাদৃত। সেয়ে আমি গান গাও, সুহুৰি বজাও, বিভিন্ন সুৰ সৃষ্টি কৰো আৰু সংগীতৰ লহৰত নাচি-বাগি আপোন পাহৰা হওঁ।[...]
কৰ্মকুশলতা বৃদ্ধি কৰিব নোৱাৰাৰ ৫ টা কাৰণকৰ্মকুশলতা বৃদ্ধি কৰিব নোৱাৰাৰ ৫ টা কাৰণ
জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ কৰ্মকুশলতা বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ কৌশলটো শিকি নললে প্ৰতিটো ক্ষেত্ৰতে আমি পিছুৱাই যাবলৈ আমি বাধ্য হওঁ। আমাৰ মাজত ই এক অনামী অপৰাধবোধৰ জন্ম[...]
উদ্বিগ্নতাৰ বিভিন্ন ৰূপ আৰু নিৰাময়ৰ উপায়উদ্বিগ্নতাৰ বিভিন্ন ৰূপ আৰু নিৰাময়ৰ উপায়
কেতিয়াবা আপোনাৰ লগতো এনেকুৱা হব পাৰে যে আপুনি কোনো বেয়া সপোন দেখা পাই ঘপকৈ সাৰ পাই উঠি দেখা পাই যে আপোনাৰ সৰ্বশৰীৰ ঘামি গৈছে। এয়া কোনো বিশেষ অস্বাভাৱিক ঘটনা নহয়। কিন্তু যদি প্ৰায় প্ৰতিদিনে এনেকুৱা[...]
টোপনি আমাক কিয় লাগে আৰু টোপনি ক্ষতি কৰিলে কি হব পাৰেটোপনি আমাক কিয় লাগে আৰু টোপনি ক্ষতি কৰিলে কি হব পাৰে
টোপনি আমাৰ প্ৰত্যেকৰে বাবে অপৰিহাৰ্য। কব পাৰি যে মানুহে জীৱনৰ প্ৰায় ৩০% সময় শুই পাৰ কৰে। হিচাপ কৰিলে এই সময় কাল এজন মানুহৰ জীৱনৰ প্ৰায় ২২ বছৰ হব। ইয়াৰ পৰা টোপনি আমাৰ বাবে কিমান দৰকাৰী[...]
ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁতৰাবফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁতৰাব
(এই অধ্যায়টো আগৰ অধ্যায় ” ফিটনেছ কি দৰে গঢ় দিব” ৰ পৰবৰ্তী লিখনি। আগ্ৰহী পাঠকসকলে আগৰ অধ্যায়টো চাব পাৰে।) নিজকে ফিট অনুভৱ কৰাৰ দৰে আত্মবিশ্বাস দিব পৰা অনুভৱ দ্বিতীয়টো নাই বুলিব পাৰি। নিয়মিত[...]
চিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওকচিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওক
সাধাৰণতে দেখা যায় আমি ভাবি থকা কামবোৰ সময়মতে হৈ নুঠে। কোনো গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰিব খুজিও অন্য কিছুমান অগুৰুত্বপূৰ্ণ কিন্তু স্বাদযুক্ত কামত নিমগ্ন হৈ যাও। যেনে ধৰক আপুনি গুগ্গ’লত কোনো গুৰুত্বপূৰ্ণ তথ্য বিচাৰিব লৈছে,[...]
এটি সুন্দৰ টোপনি বিচাৰে যদি ধ্যান দিয়ক এই চাৰিবিধ কথাএটি সুন্দৰ টোপনি বিচাৰে যদি ধ্যান দিয়ক এই চাৰিবিধ কথা
এটি সুন্দৰ টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু নতুনকৈ কব লগীয়া নাই। অনিদ্ৰা বা নিদ্ৰাজনিত সমস্যাই আমাৰ বহুতোকে অৰ্থৱহ এক সুস্বাস্থ্যবান জীৱন নিৰ্বাহত বাধা প্ৰদান কৰি আহিছে। নিদ্ৰাৰ যথাযথ স্বাস্থ্যবিধি আৰু অভ্যাস গঢ় দিয়াৰ পিছতো যেতিয়া এক[...]